অসম

assam

ETV Bharat / state

কৰিমগঞ্জ সদৰ থানাত আত্মসমৰ্পণ অতিৰিক্ত জিলা উপায়ুক্ত নবাৰুণ ভট্টাচাৰ্যৰ

ভূমি কেলেংকাৰীৰ ঘটনাত অভিযুক্ত আছিল প্ৰাক্তন এ ডি চি গৰাকী

By

Published : Aug 26, 2019, 8:58 AM IST

Updated : Aug 26, 2019, 3:01 PM IST

অতিৰিক্ত জিলা উপায়ুক্ত নবাৰুণ ভট্টাচাৰ্য

  • আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিমগঞ্জৰ প্ৰাক্তন এ ডি চি নবাৰুণ ভট্টাচাৰ্যৰ
  • কৰিমগঞ্জ সদৰ থানাত আত্মসমৰ্পণ কৰিলে এ ডি চি গৰাকীয়ে
  • সুতাৰকান্দিৰ ল্যাণ্ডপোৰ্ট অথোৰিটিৰ ভূমি কেলেংকাৰীৰ ঘটনাত অভিযুক্ত আছিল বিষয়াগৰাকী
  • প্ৰায় দুমাহ ধৰি পলাতক অৱস্থাত আছিল প্ৰাক্তন এ ডি চি গৰাকী
  • সম্প্ৰতি তেঁওক ৰখা হৈছে কৰিমগঞ্জ সদৰ থানাত
    আত্মসমৰ্পণ অতিৰিক্ত জিলা উপায়ুক্ত নবাৰুণ ভট্টাচাৰ্যৰ
Last Updated : Aug 26, 2019, 3:01 PM IST

ABOUT THE AUTHOR

...view details