অসম

assam

ETV Bharat / state

কৰিমগঞ্জত বজ্ৰপাত পৰি কৃষকৰ কৰুণ মৃত্যু - lightening strike at Karimganj Patharkandi

কৰিমগঞ্জৰ পাথাৰকান্দি বাইপাছ এলেকাত অঘটন । বজ্ৰপাত পৰি মৃত্যু এগৰাকী কৃষকৰ ।

কৰিমগঞ্জত বজ্ৰপাত পৰি কৃষকৰ কৰুণ মৃত্যু

By

Published : Oct 26, 2019, 6:58 PM IST

কৰিমগঞ্জ,26 অক্টোবৰঃ কৰিমগঞ্জৰ পাথাৰকান্দিৰ বাইপাছ এলেকাত সংঘটিত প্ৰাকৃতিক দুৰ্ঘটনাত এজন কৃষকে কৰুণ মৃত্যুক সাৱটি লয় ৷ পথাৰত কৃষি কাৰ্যত ব্যস্ত থাকোতে বজ্ৰপাত পৰি থিতাতে নিহত হয় নেজামউদ্দিন নামৰ কৃষকজন ৷ মৃত নেজামউদ্দিনৰ ঘৰ আছিমগঞ্জৰ হাটখলা গাঁওত বুলি জানিব পৰা গৈছে ৷ ইফালে উক্ত ঘটনাত আন এজন লোকো আহত হৈছে ৷

কৰিমগঞ্জত বজ্ৰপাত পৰি কৃষকৰ কৰুণ মৃত্যু

ABOUT THE AUTHOR

...view details