অসম

assam

ETV Bharat / state

পায়স খাই অসুস্থ হৈ পৰিল একেটা পৰিয়ালৰ 8 জন : মৃত্যু এজনৰ - কৰিমগঞ্জ

বজাৰৰ পৰা ক্ৰয় কৰা পাউদাৰ গাখীৰেৰে পায়স বনাইছিল তেওঁলোকে ।

পায়স খাই অসুস্থ হৈ পৰিল একেটা পৰিয়ালৰ ৯ জন লোক

By

Published : Jul 13, 2019, 11:45 AM IST

Updated : Jul 13, 2019, 1:18 PM IST

  • কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ দোহালিয়াত পায়স বনাই খাই অসুস্থ হৈ পৰিল একেটা পৰিয়ালৰে 8 জন লোক
  • ইতিমধ্যে এই বিষক্ৰিয়াত মৃত্যু হৈছে শ্যামলা শুক্লবৈদ্য(67) নামৰ এগৰাকী সদস্যৰ
  • বজাৰৰ পৰা ক্ৰয় কৰা পাউদাৰ গাখীৰেৰে পায়স বনাইছিল তেওঁলোকে
  • দুজন লোকৰ অৱস্থা সংকটজনক
  • প্ৰথমে অসুস্থ লোক সকলক পাথাৰকান্দি চিকিৎসালয়লৈ লৈ যোৱা হয় পাচত সকলোকে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়
    পায়স খাই অসুস্থ হৈ পৰিল একেটা পৰিয়ালৰ ৯ জন লোক
Last Updated : Jul 13, 2019, 1:18 PM IST

ABOUT THE AUTHOR

...view details