কৰিমগঞ্জ,12 ফেব্ৰুৱাৰীঃ কৰিমগঞ্জ জিলাৰ বজাৰঘাট এলেকাত এতিয়া এক অচিন ৰোগে ব্যাপক আতংকৰ সৃষ্টি কৰিছে ৷ বৰ্তমানলৈকে 7 টা শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্ত হৈছে বহুকেইটা শিশু প্ৰথমে ডিঙি বিষ,জ্বৰ হৈ পিছত মুখৰ পৰা তেজ ওলাই মৃত্যু হয় শিশুকেইটাৰ ৷ শেহতীয়াকৈ এই মৃত্যুৰ খবৰ লাভ কৰি চিন্তিত হৈ পৰে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৷
কৰিমগঞ্জৰ বজাৰঘাটত 7 দিনত 7 টা শিশুৰ মৃত্যু - 7 children death at karimganj
কৰিমগঞ্জত 7 টাকৈ শিশুৰ প্ৰাণ ল'লে এক অচিন বেমাৰে ৷ এই মৃত্যুৰ খবৰ লাভ কৰি যথেষ্ট চিন্তিত হৈ পৰিছে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৷
কৰিমগঞ্জৰ বজাৰঘাটত 7টা দিনত 7 টা শিশুৰ মৃত্যুকলৈ চিন্তিত উত্তৰ কৰিমগঞ্জৰ বিধায়ক