ধনদাবী কৰি আৰক্ষীৰ জালত মহিলা - অসম সাহিত্য সভাৰ
ডিফুত ধনদাবী আৰু ব্লেক মেইলিং কৰাৰ অভিযোগত গ্ৰেপ্তাৰ মঞ্জু হাজৰিকা নামৰ এগৰাকী মহিলা ।

ধনদাবী কৰি আৰক্ষীৰ জালত মহিলা
ধনদাবী কৰি আৰক্ষীৰ জালত মহিলা
কাৰ্বি আংলং,৩০ আগষ্টঃব্লেক মেইলিং আৰু ধনদাবী কৰাৰ অভিযোগত আৰক্ষীৰ জালত এগৰাকী মহিলা । ডিফুৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাম অৱতাৰ স্বামীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদিকা মঞ্জু হাজৰিকা । অসম সাহিত্য সভাৰ ডিফুৰ ৰাংছিনা ভৱনৰো দায়িত্বত আছে মঞ্জু হাজৰিকা ।