অসম

assam

ETV Bharat / state

অসম অলিম্পিক সন্থাৰ উপ সভাপতি পদত অধিষ্ঠিত হ’ল তুলিৰাম ৰংহাঙ - Assam Olympic Association VP Tuliram Ronghang

এই পদত অধিষ্ঠিত হোৱাৰ পাচতেই মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ইয়াৰ বাবে মুখ্যমন্ত্ৰী, অসম অলিম্পিক সন্থাক ধন্যবাদ জনোৱাৰ লগতে ক্ৰীড়াপ্ৰেমী সকলক কৃতজ্ঞতা জ্ঞাপন কৰে ৷

অসম অলিম্পিক সন্থাৰ উপ সভাপতি পদত অধিষ্ঠিত হ’ল তুলিৰাম ৰংহাঙ

By

Published : Oct 31, 2019, 10:51 PM IST

ডিফু, 31 অক্টোবৰ: ঘোষণা কৰা হ’ল অসম অলিম্পিক সন্থাৰ সভাপতিকে ধৰি সম্পাদকৰ দুটাকৈ শীৰ্ষ পদ ৷ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসম অলিম্পিক সন্থাৰ সভাপতি পদৰ বাবে নিৰ্বাচিত কৰাৰ বিপৰীতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক অধিষ্ঠিত কৰা হয় উপ-সভাপতি পদত ৷

এই পদত অধিষ্ঠিত হোৱাৰ পাচতেই মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ইয়াৰ বাবে মুখ্যমন্ত্ৰী, অসম অলিম্পিক সন্থাক ধন্যবাদ জনোৱাৰ লগতে ক্ৰীড়াপ্ৰেমী সকলক কৃতজ্ঞতা জ্ঞাপন কৰে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details