ডিফু, ৯ ডিচেম্বৰ : বুধবাৰে দুপৰীয়া ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ শিলভেটাত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এ-এছ-০৯-ডি-১৫৫৫ নম্বৰৰ এখন পালচাৰ বাইকে ডাম্পাৰত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাতো সংঘটিত হয় ৷ ইপিনে দুৰ্ঘটনাতোৰ ফলত বাইক আৰোহী জন গুৰুতৰ ভাৱে আহত হয় ৷
বকলীয়াঘাটত পথ দুৰ্ঘটনাত বাইক আৰোহী গুৰুতৰভাৱে আহত - ডাম্পাৰত খুন্দা মৰাৰ ফলতে
এ-এছ-০৯-ডি-১৫৫৫ নম্বৰৰ এখন পালচাৰ বাইকে ডাম্পাৰত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাতো সংঘটিত হয় ৷ ইপিনে দুৰ্ঘটনাটোৰ ফলত বাইক আৰোহী জন গুৰুতৰ ভাৱে আহত হয় বুলি জানিব পৰা গৈছে ৷
বকলীয়াঘাটত পথ দুৰ্ঘটনাত বাইক আৰোহী গুৰুতৰভাৱে আহত
উল্লেখযোগ্য যে,পাহাৰীয়া এলেকাত দুৰ্ঘটনাতো সংঘটিত হোৱাৰ বাৱে বাইক আৰোহীজন ঘটনাস্থলীতে বহু সময় পৰি থকাত অধিক ৰক্তক্ষৰণ হয় ৷ হাত ভৰি ভঙা অৱস্থাত পোৱা বাইক আৰোহী জনৰ পৰিচয় উদ্ধাৰ হোৱা নাই বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি গুৰুত্বৰভাবে আহত লোক জনক উন্নত চিকিৎসাৰ বাৱে ডিফুলৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়কঃ আঞ্চলিকতাবাদী পোছাক পিন্ধিলে উচ্চপদস্থ বিষয়া আৰু ছাত্ৰ নেতাই