ডিফু, 23 মে': বোকাজান মহকুমাৰ খটখটী থানাৰ নিয়মীয়া নাকা তালাচীত শনিবাৰে উদ্ধাৰ হয় 220 কাৰ্টুন অবৈধ অৰুণাচলী সুৰা । অবৈধ সুৰাখিনিৰ সৈতে আৰক্ষীয়ে আটক কৰিছে সুৰা সৰবৰাহকাৰীক ৷ উল্লেখ্য যে, অৰুণাচলৰ পৰা নাগালেণ্ড অভিমুখে গৈ থকা অৱস্থাত এখন ট্ৰাকত গোপনে সুৰাসমূহ লৈ যোৱাৰ চেষ্টা কৰিছিল সুৰা সৰবৰাহকাৰীয়ে ৷
বোকাজান আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অবৈধ সুৰা - Police seized illegal wine at Bokajan
বোকাজান আৰক্ষীৰ বৃহৎ সফলতা ৷ আৰক্ষীৰ জালত অবৈধ অৰুণাচলী সুৰাৰ লগতে সুৰা সৰবৰাহকাৰী ৷ অৰুণাচলৰ পৰা নাগালেণ্ড অভিমুখে লৈ গৈছিল অবৈধ সুৰাখিনি ৷
![বোকাজান আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অবৈধ সুৰা বোকাজান আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অবৈধ সুৰা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7324035-445-7324035-1590297111374.jpg)
বোকাজান আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অবৈধ সুৰা
বোকাজান আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অবৈধ সুৰা
উল্লেখ্য যে, শেহতীয়াকৈ বোকাজান মহকুমাৰ সদৰ বোকাজান আৰু খটখটী লাহৰিজান এলেকাত আৰক্ষীয়ে এই অবৈধ কাৰ্যৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক: কেনেকৈ এটা পথ দুৰ্ঘটনা সলনি হ'ল আত্মহত্যালৈ?