অসম

assam

By

Published : Apr 18, 2019, 11:04 AM IST

ETV Bharat / state

বৈঠালাংছ'ত শান্তিপূৰ্ণভাৱে ভোটদান আৰম্ভ

ভোট কেন্দ্ৰটোত সৰ্বমুঠ ভোটাৰ আছে 646 জন । এতিয়া লৈ ডিফু সমষ্টিত শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকা বুলি জানিব পৰা গৈছে ।

বৈঠালাংছত শান্তি পূৰ্ণ ভাবে ভোটদান আৰম্ভ

কাৰ্বিআংলং, 18 এপ্ৰিলঃ ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত বৈঠালাংছ’ বিভিন্ন অঞ্চলত শান্তিপূৰ্ণভাৱে ভোটদান আৰম্ভ হয় ।

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ডিফু লোক সভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী হৰেনচিং বেয়ে নিজৰ বাসগৃহৰ সমীপত থকা ডলনি প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে । ভোট কেন্দ্ৰটোত সৰ্বমুঠ ভোটাৰ আছে 646 জন । এতিয়া লৈ ডিফু সমষ্টিত শান্তিপূৰ্ণ ভাৱে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকা বুলি জানিব পৰা গৈছে ।

বৈঠালাংছত শান্তি পূৰ্ণ ভাবে ভোটদান আৰম্ভ

ABOUT THE AUTHOR

...view details