অসম

assam

ETV Bharat / state

নাবালিকাক ধৰ্ষণৰ গোচৰত ডিফুত আটক যুৱক - হুকুম সিং টেৰণ ধৰ্ষণৰ গোচৰত আটক

মঙলবাৰে ডিফুৰ পৰা গ্ৰেপ্তাৰ হয় হুকুম সিং টেৰণ নামৰ যুৱকজন ৷ ডিফু থানাত 314/2019 নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধিৰ 376 ধাৰা আৰু POCSO আইনৰ ধাৰা RWৰ 6(2012)ৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনক ৷

One Arrested from Diphu, Accusation of Raping Minor, Boy arrested from Diphu, Boy Rape Minor in Diphu, ডিফুত আটক যুৱক, নাবালিকাক ধৰ্ষণৰ গোচৰত যুৱক আটক, হুকুম সিং টেৰণ  ধৰ্ষণৰ গোচৰত আটক, ডিফু থানা 314/2019 নম্বৰ গোচৰ
অভিযুক্ত হুকুম সিং টেৰণ

By

Published : Nov 26, 2019, 9:07 PM IST

ডিফু,26 নৱেম্বৰঃ ডিফুত নাবালিকাক ধৰ্ষণ কৰা গোচৰত গ্ৰেপ্তাৰ হৈছে এজন যুৱক ৷ ডিফু থানাৰ অন্তৰ্গত লাংমিলি গাঁৱৰ হুকুম সিং টেৰণনামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ বিগত 17 নৱেম্বৰৰ পৰা 23 নৱেম্বৰলৈ এগৰাকী 11 বছৰীয়া নাবালিকাক ধাৰাবাহিকভাৱে ধৰ্ষণ কৰিছিল হুকুম সিং টেৰণে ৷ ঘটনা সন্দৰ্ভত ধৰ্ষিতাই নিজৰ পৰিয়ালৰ আগত প্ৰকাশ কৰাত সকলো তথ্য পোহৰলৈ আহে ৷ এই বিষয়ে ডিফু থানাত কেএনছিএ নামৰ সংগঠনে এক গোচৰ ৰুজু কৰে ৷ গোচৰৰ ভিত্তিতে অভিযুক্ত হুকুম সিং টেৰণক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

অভিযুক্ত হুকুম সিং টেৰণ

মঙলবাৰে ডিফুৰ পৰা গ্ৰেপ্তাৰ হয় হুকুম সিং টেৰণ নামৰ যুৱকজন ৷ ডিফু থানাত 314/2019 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 376 ধাৰা আৰু POCSO আইনৰ ধাৰা RWৰ 6(2012)ৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনক ৷

লগতে পঢ়কঃ নগাঁও আৰক্ষীৰ সফলতা : বৃহৎ পৰিমাণৰ অস্ত্ৰসহ আটক ডকাইতৰ দল

ABOUT THE AUTHOR

...view details