অসম

assam

ETV Bharat / state

হাফলং-শিলচৰ ঘাইপথ নিৰ্মাণৰ বাবে 54 কোটি 27 লাখ টকা মুকলি - 54 কোটি 27 লাখ মুকলি ৰাষ্ট্ৰয় ঘাইপথ প্ৰাধিকৰণৰ

হাফলং-শিলচৰ 54নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত দুইলেন ঘাইপথ নিৰ্মাণৰ বাবে অৱশেষত 54 কোটি 27 লাখ টকা মুকলি কৰি দিয়ে ৰাষ্ট্ৰয় ঘাইপথ প্ৰাধিকৰণে ৷ ইতিমধ্যে এই পথছোৱা নিৰ্মানৰ দায়িত্ব অৰ্পন কৰা হৈছে দক্ষিণ ভাৰতৰ ৰত্না ইনফ্ৰা প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানিক ৷ পথছোৱা নিৰ্মাণৰ বাবে সংস্থাটোক 2 বছৰৰ সময়সীমা বান্ধি দিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷

NHAI releases 54 crore 27 lakh for Jatinga Harengajao NH
ঘাইপথ নিৰ্মানৰ বাবে 54 কোটি 27 লাখ মুকলি ৰাষ্ট্ৰয় ঘাইপথ প্ৰাধিকৰণৰ

By

Published : Jan 11, 2020, 10:22 AM IST

Updated : Jan 11, 2020, 11:03 AM IST

ডিমা হাছাও,11 জানুৱাৰীঃ হাফলং-শিলচৰ 54নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত দুইলেন ঘাইপথ নিৰ্মাণৰ বাবে অৱশেষত 54 কোটি 27 লাখ টকা মুকলি কৰি দিয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷ এন চি হিলচ্ ইণ্ডিজেনিয়াচ ষ্টুডেন্টচ ফৰাম আৰু হাৰেংগাজাওৰ বিভিন্ন দল সংগঠনৰ আন্দোলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই ধন মোকলাই দিয়ে ৷ ইতিমধ্যে এই পথছোৱা নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছে দক্ষিণ ভাৰতৰ ৰত্না ইনফ্ৰা প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীক ৷ পথছোৱা নিৰ্মাণৰ বাবে সংস্থাটোক 2 বছৰৰ সময়সীমা বান্ধি দিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷

54 কোটি 27 লাখ মুকলি ৰাষ্ট্ৰয় ঘাইপথ প্ৰাধিকৰণৰ

পূৰ্বে ঘাইপথ নিৰ্মাণৰ কামত জড়িত আছিল জে কে এম নামৰ এক নিৰ্মাণ সংস্থা ৷ কিন্তু সংস্থাটোৱে পথ নিৰ্মাণৰ কাম 10 শতাংশও সম্পন্ন কৰিব নোৱাৰৰ বাবে ব্লেক লিষ্টেড কৰা হয় সংস্থাটোক ৷ যাৰ ফলত বিগত তিনি বছৰে প্ৰায় মৰণফান্দত পৰিণত হৈছিল উক্ত অৰ্ধ নিৰ্মিত ঘাইপথটো ৷

জাতিংগাৰ হাৰেংগাজাও ঘাইপথ

লগতে পঢ়ক-আন্তঃৰাষ্ট্ৰীয় ৰবটিক্স প্ৰতিযোগিতা'ত বিশ্বনাথৰ অৰিন্দমৰ প্ৰথম স্থান দখল

Last Updated : Jan 11, 2020, 11:03 AM IST

ABOUT THE AUTHOR

...view details