অসম

assam

ETV Bharat / state

কাৰ্বি আলঙত স্বামীৰ দাৰ ঘাপত পত্নীৰ মৃত্যু

পথাৰতে স্বামী কামিল মিঞ্চে পত্নী সুজাতা মিঞ্চক দাৰে ঘপিয়ায়। যাৰ ফলত থিতাতে নিহত হয় সুজাতা মিঞ্চৰ । কি কাৰণত লোকজনে এই কাণ্ড সংঘটিত কৰিলে এতিয়াও জানিব পৰা হোৱা নাই ৷

By

Published : May 19, 2019, 9:55 PM IST

কাৰ্বি আংলঙৰ ডিলাইত স্বামীয়ে প্ৰাণ ললে পত্নীৰ

কাৰ্বি আংলং,১৯মে' : দেওবাৰে কাৰ্বি আংলঙৰ ডিলাইত স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নীক ৷

উল্লেখ্য যে কামিল মিঞ্চ আৰু সুজাতা মিঞ্চে দেওবাৰে পুৱা কামৰ বাবে পথাৰলৈ ওলাই গৈছিল । পথাৰতে স্বামী কামিল মিঞ্চে পত্নী সুজাতা মিঞ্চক দাৰে ঘপিয়ায়। যাৰ ফলত থিতাতে নিহত হয় সুজাতা মিঞ্চৰ । কি কাৰণত লোকজনে এই কাণ্ড সংঘটিত কৰিলে এতিয়াও জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

কাৰ্বি আংলঙৰ ডিলাইত স্বামীয়ে প্ৰাণ ললে পত্নীৰ

ABOUT THE AUTHOR

...view details