- মদ জুৱাৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ অভিযান ৷
- বকলীয়াঘাটৰ পৰা উৎখাত চুলাই আৰু বিলাতী মদৰ ঘাটি ৷
- দণ্ডাধীশ নূপুৰ বৰাৰ নেতৃত্বত এই চলিছিল এই অভিযান ৷
- বকলীয়াঘাট বজাৰৰ লগতে ধাবাত চলি আহিছিল অবৈধ ব্যৱসায় ৷
- জুৱা আৰু মদৰ আড্ডাই অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ ৷
বকলিয়া ঘাটত মদ জুৱাৰ বিৰুদ্ধে অভিযান - কাৰ্বি আংলং আৰক্ষী
অবৈধ জুৱা আৰু সুৰাৰ ঘাটিত অভিযান চলায় কাৰ্বি আংলং আৰক্ষীয়ে ৷
বকলিয়াঘাটত মদ জুৱাৰ বিৰুদ্ধে অভিযান