ETV Bharat / state
Dengue at Diphu: ডেংগুৰ সংক্ৰমণৰ বাবে ৫ দিনলৈ বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা - ডেংগুৰ সংক্ৰমণ
ডিফুত ভয়াবহ ৰূপ লৈছে ডেংগুৰ সংক্ৰমনে ৷ ডেংগুৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনত 7 নৱেম্বৰৰ পৰা 5 দিনলৈ বিদ্যালয়, মহাবিদ্যালয় বন্ধ ঘোষণা কৰিছে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিবে (School closed for out break of dengue) ৷


Dengue at Diphu: ডেংগুৰ সংক্ৰমণৰ বাবে ৫ দিনলৈ বিদ্যালয়, মহাবিদ্যালয় বন্ধৰ ঘোষণা
By
Published : Nov 6, 2022, 7:37 PM IST
| Updated : Nov 6, 2022, 10:39 PM IST
- ডিফুত ডেংগুৰ ভয়াবহ সংক্ৰমণ
- 7 নৱেম্বৰৰ পৰা 5 দিনলৈ বিদ্যালয়, মহাবিদ্যালয় বন্ধ ঘোষণা
- ডিফু মিউনিচিপালটি বৰ্ডৰ অধীনস্থ বিদ্যালয়, মহাবিদ্যালয়সমূহ বন্ধৰ ঘোষণা জাৰি প্ৰধান সচিবৰ
- ডিফুত ডেংগুত আক্ৰান্ত হৈ তিনি গৰাকী লোকৰ মৃত্যু
- ডেংগুত আক্ৰান্তৰ সংখ্যা ৩৩৮ গৰাকীলৈ বৃদ্ধি
Last Updated : Nov 6, 2022, 10:39 PM IST