ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ৰায়দান
ঝংকাৰ হত্যাৰ ৰায়দান - যাৱজ্জীৱন কাৰাদণ্ড
ঝংকাৰ হত্যাৰ ৰায়দান
14:38 February 28
12 জনক যাৱজ্জীৱন কাৰাদণ্ড ডিফু সত্ৰ ন্যায়াধীশ আদালতৰ
12 জনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে
আদালতৰ ৰায়ত সুখী নহয় বিপক্ষৰ অধিবক্তা মানস শৰণীয়া
উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা প্ৰকাশ অধিবক্তাগৰাকীৰ
আদালতৰ ৰায়ত অসন্তুষ্ট দোষী সাব্যস্ত হোৱা 12 জনৰ পৰিয়াল বৰ্গ
Last Updated : Feb 28, 2020, 3:39 PM IST