- সোমবাৰে ডিফু জিলা সত্ৰ-ন্যায়াধীশ আমিৰ উদ্দিন আদালতে প্ৰদান কৰিব ঝংকাৰ শইকীয়াৰ চূড়ান্ত ৰায়দান
- ডিফু জিলা কাৰাগাৰৰ পৰা ডিফু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ ১৪ জনকৈ অভিযুক্তক
- ডিফু আদালত চৌহদৰ পৰা চহৰখনৰ চাৰিওফালে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
- ২০১৩ চনৰ ২৫ জুনত অধিবক্তা পিতৃ হৰেণ শইকীয়াৰ সন্মুখত গণপ্ৰহাৰ কৰি হত্যা কৰা হৈছিল ঝংকাৰ শইকীয়াক
- মাত্ৰ 10 টকা অট'ভাড়াৰ বাবে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল কিশোৰজনক
- কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশৰ ৰায়দানৰ বাবে অপেক্ষাৰত পৰিয়ালবৰ্গ
আজি ঝংকাৰ শইকীয়াৰ গোচৰৰ চূড়ান্ত ৰায়দান - Jhankar saikia murder case final hearing today in Diphu
২০১৩ চনৰ ২৫ জুনত অধিবক্তা পিতৃ হৰেণ শইকীয়াৰ সন্মুখতে গণপ্ৰহাৰ কৰা হৈছিল ঝংকাৰ শইকীয়াক ৷
ঝংকাৰ শইকীয়াৰ চূড়ান্ত ৰায়দান
Last Updated : Feb 24, 2020, 1:06 PM IST