অসম

assam

By

Published : Jun 1, 2020, 8:09 PM IST

ETV Bharat / state

সুদীৰ্ঘ সময়ৰ অন্তত ডিফু ৰেল ষ্টেচনত উপস্থিত জন শতাব্দী এক্সপ্ৰেছ

উল্লেখ্য যে,ডিফু ৰেল ষ্টেচনত ৰেলখন আহি পোৱাৰ লগে লগে যাত্ৰীসকলক স্কেনিঙৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ স্কেনিঙৰ অন্তত প্ৰতিগৰাকী যাত্ৰীৰ শাৰিৰীক উষ্ণতা স্বাভাৱিক পোৱা গৈছে বুলি অৱগত কৰে কৰ্তব্যৰত চিকিৎসা কৰ্মীসকলে ৷

Jana satabdi express train apeared diphu at unlock 1
সুদীৰ্ঘ সময়ৰ অন্তত ডিফু ৰেল ষ্টেচনত উপস্থিত জন শতাব্দী এক্সপ্ৰেছ

ডিফু, ১ জুন: প্ৰায় দুমাহ অন্তত সোমবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফু ৰে'ল ষ্টেচনত পুৱাৰ ভাগত উপস্থিত হয় উজনিমুৱা গুৱাহাটী-যোৰহাট অভিমুখী জন শতাব্দী এক্সপ্ৰেছ ৷ কৰ'ণা ভাইৰাছৰ বাবে চৰকাৰে আহ্বান জনোৱা "পঞ্চম লক​ ডাউন" আৰু "আনলক ওৱান"ৰ প্ৰথমটো দিনৰ পৰাই জনশতাব্দী এক্সপ্ৰেছৰ চলাচল আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে ৷

সুদীৰ্ঘ সময়ৰ অন্তত ডিফু ৰেল ষ্টেচনত উপস্থিত জন শতাব্দী এক্সপ্ৰেছ

লগতে পঢ়কঃ জাপি প্ৰস্তুতকৰণত ব্যস্ত আমগুৰীবাসী

উল্লেখ্য যে,ডিফু ৰেল ষ্টেচনত ৰেলখন আহি পোৱাৰ লগে লগে যাত্ৰীসকলক স্কেনিঙৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ স্কেনিঙৰ অন্তত প্ৰতিগৰাকী যাত্ৰীৰ শাৰিৰীক উষ্ণতা স্বাভাৱিক পোৱা গৈছে বুলি অৱগত কৰে কৰ্তব্যৰত চিকিৎসা কৰ্মীসকলে ৷

সুদীৰ্ঘ সময়ৰ অন্তত ডিফু ৰেল ষ্টেচনত উপস্থিত জন শতাব্দী এক্সপ্ৰেছ

লগতে পঢ়কঃ মহাৰাষ্ট্ৰত চিকিৎসা প্ৰদান কেৰালাৰ চিকিৎসকৰ দলৰ

আনহাতে জনশতাব্দী এক্সপ্ৰেছত যাত্ৰীৰ উপস্থিতি তেনেই নগণ্য পৰিলক্ষিত হয় ৷ মুঠ ২৯ গৰাকী যাত্ৰীৰে যাত্ৰা কৰে উজনিমুৱা জনশতাব্দী ৰেলখন ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details