অসম

assam

ETV Bharat / state

ডিফুত বাছাপী টেৰণপী সোঁৱৰণি বেডমিণ্টন চেম্পিয়ণশ্বীপৰ শুভাৰম্ভ - ডিফুত বাছাপী টেৰণপী সোঁৱৰণি বেডমিণ্টন চেম্পিয়ণশ্বীপৰ শুভাৰম্ভ

কাৰবি আংলং জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত কাছাৰ ইনড'ৰ ষ্টেডিয়াম প্ৰাংগনত চেম্পিয়ণশ্বীপটিৰ শুভ উদ্ধোধন কৰে চেম্পিয়ণশ্বীপৰ দাতা ,কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা অসম বেডমিণ্টন সন্থাৰ উপসভাপতি তুলিৰাম ৰংহাঙে ৷

বাছাপী টেৰণপী সোঁৱৰণি বেডমিণ্টন চেম্পিয়ণশ্বীপ
বাছাপী টেৰণপী সোঁৱৰণি বেডমিণ্টন চেম্পিয়ণশ্বীপ

By

Published : Jan 29, 2020, 6:48 AM IST

ডিফু, 29 জানুৱাৰীঃ মঙলবাৰৰ পৰা ডিফুত চাৰিদিনীয়াকৈ আৰম্ভ হৈছে বাছাপী টেৰণপী সোঁৱৰণি তৃতীয় সদৌ কাৰবি আংলং ইণ্টাৰ ছাব এছ'ছিয়েছন বেডমিন্টন চেম্পিয়ণশ্বীপ ৷ কাৰবি আংলং জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত কাছাৰ ইনড'ৰ ষ্টেডিয়াম প্ৰাংগনত চেম্পিয়ণশ্বীপটিৰ শুভ উদ্ধোধন কৰে চেম্পিয়ণশ্বীপৰ দাতা ,কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা অসম বেডমিণ্টন সন্থাৰ উপসভাপতি তুলিৰাম ৰংহাঙে ৷ ইয়াৰ পূৰ্বে প্ৰয়াত বাছাপী টেৰণপীৰ প্ৰাতিকৃতিত পুষ্পাঞ্জলী আৰু বন্তি প্ৰজলনেৰে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় আৰু খেলুৱৈ সকলক মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে পৰিচয় কৰাই দিয়া হয় ৷

বাছাপী টেৰণপী সোঁৱৰণি বেডমিণ্টন চেম্পিয়ণশ্বীপ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details