ডিফু, ৪ ফেব্ৰুৱাৰীঃমঙলবাৰে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান শুভাৰম্ভণি কাৰ্যসূচীৰ খাদ্য বিষক্ৰিয়া সন্দৰ্ভত কাৰ্বি আংলং জিলা প্ৰশাসনে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ৷ বৃহস্পতিবাৰে সাংবাদিকক সম্বোধন কৰি জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই এই তদন্তৰ ঘোষণা কৰে ৷ উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি এই তদন্তৰ দায়িত্ব দণ্ডাধীশ পাৰ্থ সাৰথি জহ'ৰীক অৰ্পণ কৰা হৈছে ৷
ডিফুৰ খাদ্য বিষক্ৰিয়া ঘটনাৰ সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা জিলা উপায়ুক্তৰ - MAGISTRAT INQUARY ON DIPHU FOOD POISONING CASE
ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান শুভাৰম্ভণি কাৰ্যসূচীৰ খাদ্যত বিষক্ৰিয়া সন্দৰ্ভত কাৰ্বি আংলং জিলা প্ৰশাসনে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ৷ বৃহস্পতিবাৰে সাংবাদিকক সম্বোধন কৰি জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই এই তদন্তৰ ঘোষণা কৰে ৷
![ডিফুৰ খাদ্য বিষক্ৰিয়া ঘটনাৰ সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা জিলা উপায়ুক্তৰ DC ORDERED MAGISTRAT INQUARY ON DIPHU FOOD POISONING C](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10503225-86-10503225-1612456603442.jpg)
ডিফুৰ খাদ্য বিষক্ৰিয়াৰ সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা জিলা উপায়ুক্তৰ
ডিফুৰ খাদ্য বিষক্ৰিয়া ঘটনাৰ সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা জিলা উপায়ুক্তৰ
তদুপৰি তদন্তকালত দণ্ডাধীশ গৰাকীয়ে খাদ্যখিনি কোনে যোগান ধৰিছিল, আৰু কেনেকৈ বিষ ক্ৰিয়া হ'বলৈ পালে এই সন্দৰ্ভত তদন্ত কৰিব ৷ ইয়াৰ পিচতে পৰৱৰ্তী সময়ত শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷
Last Updated : Feb 4, 2021, 10:30 PM IST