- ৰাজ্যৰ পৰা পুনৰ অপহৰণ যুৱ ব্যৱসায়ী ৷
- অপহৃত হয় বিজয় আগৰৱালা নামৰ ব্যৱসায়ীজন ৷
- শুকুৰবাৰে নিশা ডকমকাৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰে বিজয়ক ৷
- সন্ধিয়া সময়ত দোকান বন্ধ কৰি ঘৰলৈ অহাৰ পথতে অপহৰণ কৰে ৷
- বন্দুকধাৰী তিনিজন দুৰ্বৃত্তই অপহৰণ কৰে ব্যৱসায়ীজনক ৷
- ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে ৷
ডকমকাৰ পৰা ব্যৱসায়ী অপহৰণ - বন্দুকধাৰী তিনিজন দুৰ্বৃত্ত
ডকমকা চহৰৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি নিয়ে এগৰাকী ব্যৱসায়ীক ৷ শুকুৰবাৰে নিশাৰ ভাগত অপহৰণ কৰে বিজয় আগৰৱালা নামৰ যুৱ ব্যৱসায়ীজনক ৷
![ডকমকাৰ পৰা ব্যৱসায়ী অপহৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4438606-thumbnail-3x2-0.jpg)
ডকমকাৰ পৰা ব্যৱসায়ী অপহৰণ