অসম

assam

ETV Bharat / state

ভোটাৰক সজাগতাৰ উদ্দেশ্যে মুকলি "ব'জাৰু কাই" - সজাগ হৈ ভোট দিয়ক

বোকাজান মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামৰ বিশেষ পদক্ষেপ ৷ বোকাজানত ভোটাৰক সজাগতাৰ বাবে মুকলি কৰিলে নিৰ্বাচনী প্ৰতীক 'ব'জাৰু কাই'।

ভোটাৰক সজাগতাৰ বাবে মুকলি নিৰ্বাচনী প্ৰতীকী *'ব'জাৰু কাই'*
ভোটাৰক সজাগতাৰ বাবে মুকলি নিৰ্বাচনী প্ৰতীকী *'ব'জাৰু কাই'*

By

Published : Mar 13, 2021, 8:31 PM IST

ডিফু,১৩ মাৰ্চঃনিৰ্বাচনত ভোটাৰক সজাগতা কৰাৰ বাবে বোকাজানৰ মহকুমাধিপতিৰ কাৰ্যালয়ত শনিবাৰে উন্মোচন কৰা হয় 'ব'জাৰু কাই'। কাৰ্বি আংলঙৰ এবিধ বিশেষ মহত্বপূৰ্ণ চৰাই হ’ল ব'জাৰু চৰাই । চৰাইবিধক আধাৰ হিচাপে লৈ ব'জাৰু কাই নামেৰে নিৰ্বাচনী প্ৰতীক উন্মোচন কৰে বোকাজান মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামে ।

ভোটাৰক সজাগতাৰ উদ্দেশ্যে মুকলি "ব'জাৰু কাই"

উল্লেখযোগ্য যে, আগন্তুক নিৰ্বাচনত "ভোটাধিকাৰ গণতান্ত্ৰিক অধিকাৰ, সজাগ হৈ ভোট দিয়ক, সবল গণতন্ত্ৰ গঢ়ি তোলক, ভোটাধিকাৰ আমাৰ অধিকাৰ" শীৰ্ষক বাক্যশাৰীৰে কাৰ্বি আংলঙত প্ৰচাৰ চলাব ব'জাৰু কাইয়ে ।

লগতে পঢ়কঃকলিয়াবৰত প্ৰশান্ত কুমাৰ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details