জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা কাঢ়ি লোৱা কাৰ্যক এ এছ ডিচিৰ গৰিহণা - অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি
সংবিধানৰ ৩৭০ আৰু ৩৫(ক) অনুসৰি জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা বাতিল কৰি কাশ্মীৰ উপত্যকাত এক যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি কৰাৰ কাৰ্যক তীব্ৰ গৰিহণা দিছে কাৰ্বিআংলঙৰ প্ৰধান বিৰোধী আঞ্চলিক দল অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচিয়ে ৷
জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা কাঢ়ি লোৱা কাৰ্যক এএছডিচিৰ গৰিহণা
ডিফু,৬ আগষ্টঃ
- জম্মু-কাশ্মীৰত সংবিধানৰ ৩৭০ ধাৰা বাতিল কাৰ্যক গৰিহণা কাৰ্বি আংলঙৰ প্ৰধান বিৰোধী আঞ্চলিক দল অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচিৰ
- এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এএছডিচিৰ সভাপতি হলিৰাম তেৰাঙে
- নিৰাপত্তাৰক্ষী মোতায়েন কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এনে পদক্ষেপক গৰিহণা হলিৰাম তেৰাঙৰ
- অনাগত দিনত পাহাৰীয়া ৰাইজক ঐক্যবদ্ধভাৱে স্বায়ত্ত ৰাজ্যৰ বাবে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন চলাই নিবলৈ আহ্বান তেৰাঙৰ