অসম

assam

ETV Bharat / state

শীঘ্ৰেই মুকলি কৰি দিয়ক অখিল গগৈকঃ জুবিন গাৰ্গ - শীঘ্ৰেই মুকলি কৰিয়ক নেতা অখিল গগৈকঃ জুবিন গাৰ্গ

তীৰ্থনগৰী হাজোত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু হাজোৰ শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী সভাত ভাগ লয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ৷ এই প্ৰতিবাদী সভাতে জুবিন গাৰ্গে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক মুকলি কৰি দিব লাগে বুলি আহ্বান জনায় চৰকাৰক ৷

zubeen garg at hajo protest
চৰকাৰলৈ বিশেষ আহ্বান জুবিন গাৰ্গৰ

By

Published : Dec 20, 2019, 6:27 PM IST

Updated : Dec 20, 2019, 7:07 PM IST

হাজো, 20 ডিচেম্বৰঃ তীৰ্থনগৰী হাজোৰ বৰম্বৈত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জুবিন গাৰ্গৰ লগতে হাজোৰ শিল্পী সমাজৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত গনতান্ত্ৰিক প্ৰতিবাদী সভাত অংশ গ্ৰহণ কৰি জুবিন গাৰ্গৰ চৰকাৰলৈ বিশেষ আহ্বান ৷ জুবিন গাৰ্গৰ আহ্বান শীঘ্ৰেই মুকলি কৰি দিব লাগে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক ৷ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে তৃতীয় বিকল্প দল গঠন কৰি অসমীয়া ৰাইজৰ আৱেগ-অনুভূতিক সন্মান জনাই প্ৰতিবাদী সত্তাক জীয়াই ৰখাৰ পোষকতা কৰে।

চৰকাৰলৈ বিশেষ আহ্বান জুবিন গাৰ্গৰ
Last Updated : Dec 20, 2019, 7:07 PM IST

ABOUT THE AUTHOR

...view details