হাজো,19 অক্টোবৰঃআজব দেশৰ গজব কাহিনী । হাজোত নৰখাদক নৰমনিচ ওলাইছে । পৃথিৱীত নোহোৱা নোপোজা ঘটনাৰ সম্নুখীন হ'ল হাজোৰ বাগটাৰ দিগন দাস নামৰ লোকজন ৷ ঘৰৰ ওচৰতে হৈ থকা জুৱা খেলৰ বিৰোধিতা কৰি জুৱা খেল ভাঙিবলৈ গৈ দেহৰ এটা অংগ হেৰুৱালে ব্যক্তিজনে ৷ সম্পৰ্কীয় ভাতৃ জগন্নাথ দাসে দিগন দাসৰ গাৰ ওপৰত জপিয়াই পৰি কামুৰি ছিঙি চোবাই খালে দিগন দাসৰ জিভা ৷ ঘটনা সংঘটিত কৰাৰ পাছতেই সম্প্ৰতি পলাতক অৱস্থাত আছে জগন্নাথ দাস ৷
হাজোত ওলাইছে নৰখাদক নৰমনিচ - younger brothet bites elder brothers tongue in a scuffle
হাজোত সংঘটিত হ'ল পৃথিৱীত নোহোৱা নোপোজা ঘটনা ৷ এজন লোকৰ জিভা কামুৰি ছিঙি চোবাই খালে ভাতৃয়ে ৷ অবৈধ জুৱা খেল ভাঙিবলৈ যোৱাৰ পৰিণতি ৷

হাজোত ওলাইছে নৰখাদক নৰমনিচ
Last Updated : Oct 19, 2019, 7:40 PM IST