অসম

assam

ETV Bharat / state

বাইহাটাত বিশ্ব আৰ্দ্ৰভূমি দিৱস পালন - কামৰূপৰ বাইহাটা চাৰিআলি

সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন বিশ্ব আৰ্দ্ৰভূমি দিৱসৰ ৷ কামৰূপৰ বাইহাটা চাৰিআলিত পালন কৰা হয় বিশ্ব আৰ্দ্ৰভূমি দিৱস ৷

World wetland day observed in Baihata Chariali
বাইহাটাত বিশ্ব আৰ্দ্ৰভূমি দিৱস পালন

By

Published : Feb 3, 2020, 2:50 AM IST

কামৰূপ, 2 ফেব্ৰুৱাৰীঃ 2 ফেব্ৰুৱাৰীত বিশ্বজুৰি পালন কৰা হয় বিশ্ব আৰ্দ্ৰভূমি সংৰক্ষণ দিৱস ৷ সমগ্ৰ বিশ্বৰ লগতে কামৰূপৰ বাইহাটা চাৰিআলিতো পালন কৰে এই বিশ্ব আৰ্দ্ৰভূমি সংৰক্ষণ দিৱসৰ ৷ বইহাটা চাৰিআলিৰ শিঙাৰপাৰাস্থিত ললিত ডেকা উচ্চ মাধ্যমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বিশ্ব আৰ্দ্ৰভূমি সংৰক্ষণ দিৱস । আৰ্দ্ৰভূমি সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা অনাৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় প’ষ্টাৰ মেকিং প্ৰতিযোগিতা । ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত এই অনুষ্ঠানটিত আৰ্দ্ৰভূমি সমূহ সংকোচিত হৈ অহাৰ ফলতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় বুলি উল্লেখ কৰে তাত উপস্থিত থকা বিশিষ্ট ব্যক্তিয়ে ।

বাইহাটাত বিশ্ব আৰ্দ্ৰভূমি দিৱস পালন

ABOUT THE AUTHOR

...view details