মহানগৰীত বিশ্ব মুকাভিনয় দিৱস উদযাপন - গুৱাহাটী
লোকসভা নিৰ্বাচনক বিষয়বস্ত হিচাপে লৈ মুকাভিনয় প্ৰদৰ্শন কৰে দলটোৱে
![মহানগৰীত বিশ্ব মুকাভিনয় দিৱস উদযাপন](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2766304-12-2e1b18bf-fc6f-4baf-b1bd-cc08c49ce2bf.jpg)
thumbnail2
গুৱাহাটী, 22 মাৰ্চ : শুকুৰবাৰে মহানগৰীত একাংশ নাট্য গোষ্ঠীৰ মেকআপ শিল্পী সকলেপালন কৰিলে বিশ্ব মুকাভিনয় দিৱস ৷ এই দলটোৱে গুৱাহাটীৰ বিভিন্ন স্থানতমুকাভিনয় দিৱসৰ লগত সংগতি ৰাখি জনগণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ললে এক প্ৰশংসনীয় পদক্ষেপ।উল্লেখ্য যে সমাগত লোকসভা নিৰ্বাচনক মূল বিষয় হিচাপে লৈ মহানগৰীৰ বিভিন্ন স্থানত প্ৰদৰ্শন কৰিলে মুকাভিনয় ৷
মুকাভিনয় প্ৰদৰ্শন মহানগৰীত