অসম

assam

ETV Bharat / state

ৰঙিয়াত পুনৰ বিকল ইভিএম

ৰঙিয়াৰ 40 নং সিদ্ধিনাথ এল পি স্কুল ভোট কেন্দ্ৰত বিকল হয় ইভিএম । ফলত বৰ্তমান স্থগিত ৰখা হৈছে ভোটদান প্ৰক্ৰিয়া ।

By

Published : Apr 18, 2019, 12:07 PM IST

ৰঙিয়াত পুনৰ বিকল ইভিএম


ৰঙিয়া,18 এপ্ৰিল: আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ পুৱা 7 বজাৰ পৰা ৰাজ্যৰ 5 টা সমষ্টিত আৰম্ভ হোৱা ভোটগ্ৰহণত ইতিমধ্যে কেইবাঠাইতো বিকল হৈছে ইভিএম ৷ ৰঙিয়াৰ কেইবাঠাইতো সংঘটিত হৈছে বিকল ইভিএমৰ ঘটনা । ফলত স্থগিত ৰখা হৈছে ভোটদান প্ৰক্ৰিয়া । ৰঙিয়াৰ 40 নং সিদ্ধিনাথ এল পি স্কুল ভোট কেন্দ্ৰত বিকল হয় ইভিএম । ফলত বৰ্তমান স্থগিত ৰখা হৈছে ভোটদান প্ৰক্ৰিয়া ।

ABOUT THE AUTHOR

...view details