জি এন আৰ চিৰ এম্বুলেঞ্চত ড্ৰাগছ সেৱনকাৰী - জি এন আৰ চিৰ এম্বুলেঞ্চ লৈ ড্ৰাগছ সেৱন
এম্বুলেঞ্চ লৈ ড্ৰাগছ সেৱনৰ বাবে আহে যুৱক ৷ বাইহাটা চাৰিআলিত ব্যাপক হাৰত শিপাইছে ড্ৰাগছৰ বেহাই ৷
![জি এন আৰ চিৰ এম্বুলেঞ্চত ড্ৰাগছ সেৱনকাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4124648-thumbnail-3x2-drugs.jpg)
এম্বুলেঞ্চত ড্ৰাগছ সেৱনকাৰী
কোনো সাধাৰণ চিকিৎসালয় নহয়,মহানগৰীৰ আগশাৰীৰ চিকিৎসালয় জি এন আৰ চিৰ এম্বুলেঞ্চ লৈ ড্ৰাগছ সেৱন কৰিবলৈ আহে যুৱক ৷ মঙলবাৰে বাইহাটা চাৰিআলিত ড্ৰাগছ লৈ থকা অৱস্থাত ৰাইজে আটক কৰে দুই যুৱকক ৷ তাৰ পাচত চাওক কি ঘটিল.......
এম্বুলেঞ্চত ড্ৰাগছ সেৱনকাৰী