অসম

assam

ETV Bharat / state

ছয়গাঁৱত সলিল সমাধি দুই শিশুৰ - ছয়গাঁৱৰ মাজৰটোপ

বিলত গা ধুবলৈ গৈ পানীত পৰি মৃত্যুক আঁকোৱালি ল'লে দুটি শিশুৱে

ছয়গাঁৱত দুটা শিশুৰ কৰুণ মৃত্য়ু

By

Published : Aug 23, 2019, 10:28 PM IST

ছয়গাঁও,23 আগষ্টঃছয়গাঁৱৰ মাজৰটোপত কৰুণ ঘটনা। বিলত গা ধুবলৈ গৈ পানীত ডুবি দুটি শিশুৱে মৃত্যুক আঁকোৱালি লয়। জানিব পৰা মতে,শিশু দুটি মাজৰটোপ গাঁৱৰ ইনামুল হক (৪) আৰু হামিদা বেগম (৩)। উল্লেখ্য যে, বহু সময় ধৰি নিখোজ হৈ আছিল শিশু দুটি । অৱশেষত স্থানীয় লোক,আত্মীয়ই বিলৰ পৰা উদ্ধাৰ কৰে শিশু দুটিৰ মৃতদেহ।

ছয়গাঁৱত দুটা শিশুৰ কৰুণ মৃত্য়ু

ABOUT THE AUTHOR

...view details