আমিনগাঁও, 31 মাৰ্চঃ অসমত কৰ'ণাৰ সৈতে মোকাবিলা কৰিবলৈ সকলোকে নিজ সাধ্যানুসৰি অনুদান আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ওলাই আহিছে বিভিন্ন দল সংগঠনৰ লগতে বহু লোক ৷ পিচ পৰি নাথাকিল কামৰূপ জিলা প্ৰশাসনৰ অসামৰিক বিষয়া সকলো ৷ জিলাখনৰ 20 গৰাকী বিষয়াই তেওঁলোকৰ এদিনৰ দৰমহা কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ জড়িয়তে প্ৰদান কৰিলে মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ ৷
মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ অনুদান কামৰূপ জিলা 20 গৰাকী বিষয়াৰ - কমল কুমাৰ বৈশ্য
মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ অনুদান আগবঢ়ালে কামৰূপ জিলা প্ৰশাসনৰ 20 গৰাকীকৈ অসামৰিক বিষয়াই ৷ কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ জড়িয়তে তেওঁলোকে প্ৰদান কৰে এই অনুদান ৷
খ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ অনুদান
লগতে পঢ়কঃ গোলাঘাটত মাছৰ দোকান ছীল কৰিলে প্ৰশাসনে
Last Updated : Mar 31, 2020, 12:59 PM IST