ৰঙিয়া, 6 ছেপ্তেম্বৰঃ ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয়ঘইপথত হঠাৎ আগ্নিদগ্ধ হয় এখন ট্ৰাক ৷ গুৱাহাটীৰ পৰা নলবাৰী অভিমূখে গৈ থকা অৱস্থাতে ৰঙিয়াৰ উদিয়ানাৰ ৰাজপথত দপদপাই জ্বলি উঠে ট্ৰাকখন ৷ চালক আৰু হেণ্ডিমেনে জ্বলন্তট্ৰাকখনৰ জপিয়াই পলায়ন কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ট্ৰাকখন ৷ অগ্নিকাণ্ডটোৰ ফলত বহু সময়লৈ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে নলবাৰী অভিমূখী ঘাইপথটো ৷
ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয়ঘইপথত হঠাৎ আগ্নিদগ্ধ হ’ল ট্ৰাক - truck caught fire at Rangiya news
ৰঙিয়াৰ উদিয়ানাৰ ৰাজপথত হঠাৎ জ্বলি উঠিল এখন ট্ৰাক ৷ ইয়াৰ পাছতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷

ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয়ঘইপথত হঠাৎ আগ্নিদগ্ধ হ’ল ট্ৰাক
ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয়ঘইপথত হঠাৎ আগ্নিদগ্ধ হ’ল ট্ৰাক
অৱশ্যে অগ্নিকাণ্ডটো কেনেদৰে সংঘটিত হ’ল সেই সন্দৰ্ভত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷