গুৱাহাটী , 5 মে' :ভৰলুমুখৰ হাৰিয়ানা ভৱনৰ সন্মুখত খহি পৰিল এজোপা গছ ৷ খহি পৰা গছজোপাই বাধাৰ সৃষ্টি কৰিছে ভৰলু নৈৰ পানী বৈ যোৱাত ।
ভৰলুত খহি পৰিল বৃহৎ গছ - গুৱাহাটী
গছজোপাক নদীৰ পৰা উলিয়াবলৈ দুখন ক্ৰেনৰ ব্যৱহাৰ কৰা হৈছে যদিও এই পৰ্যন্ত লৈ গছজোপাক উলিয়াব পৰা নাই । নিশা অহা ধুমুহা বৰষুণৰ ফলত নদীত খহি পৰিছিল গছজোপা ।
![ভৰলুত খহি পৰিল বৃহৎ গছ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3193648-1106-3193648-1557033978135.jpg)
ভৰলুত খহি পৰিল বৃহৎ গছ
ভৰলুত খহি পৰিল বৃহৎ গছ
লগতে পঢ়ক : গুৱাহাটী পালেহি সতীৰ্থৰ গুলীত নিহত হোৱা দুই আৰক্ষী বিষয়াৰ নশ্বৰদেহ
গছজোপাক নদীৰ পৰা উলিয়াবলৈ দুখন ক্ৰেনৰ ব্যৱহাৰ কৰা হৈছে যদিও এই পৰ্যন্ত গছজোপাক উলিয়াব পৰা হোৱা নাই । শনিবাৰে নিশা অহা ধুমুহা বৰষুণৰ ফলত নদীত খহি পৰিছিল গছজোপা ।