অসম

assam

ETV Bharat / state

আমচাঙক মুকলি মহানগৰীত আতংকৰ সৃষ্টি কৰা গজৰাজক

মঙলবাৰে গুৱাহাটীৰ ব্যস্ত ৰাজপথত বিচৰণ কৰিছিল বন্যহস্তীটোৱে ৷ মহানগৰীৰ জি এচ ৰ'ডত বন্যহস্তীৰ বিচৰণকলৈ  হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল

TRANQUILIZED

By

Published : May 1, 2019, 12:35 PM IST

গুৱাহাটী , 1 মে' : বনবিভাগে অৱশেষত আমচাং বনাঞ্চলত এৰি দিলে মহানগৰীত আতংক সৃষ্ঠি কৰা হাতীটো। বনবিভাগৰ লোকে ট্ৰাকেৰে নি বনাঞ্চলত এৰি দিয়ে বন্যহস্তীটো।

আমচাঙক মুকলি মহানগৰীত আতংকৰ সৃষ্টি কৰা গজৰাজক

লগতে পঢ়ক : মহানগৰীৰ ৰাজপথত গজৰাজৰ মুক্ত বিচৰণ


মঙলবাৰে গুৱাহাটীৰ ব্যস্ত ৰাজপথত বিচৰণ কৰিছিল বন্যহস্তীটোৱে ৷ মহানগৰীৰ জি এচ ৰ'ডত বন্যহস্তীৰ বিচৰণকলৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ আমচাং সংৰক্ষিত বনাঞ্চলৰ পৰা উলাই আহিছিল হাতীটো ৷ মঙলবাৰে পুৱাৰ ভাগত ছয়মাইল,পাঞ্জাবাৰীত বিচৰণ কৰা হাতীটোৱে বিয়লি ৰাজপথলৈ ওলাই আহি ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ বুধবাৰে বনবিধভাগৰ লোকে ট্ৰেংকুলাইডজ কৰি আমচাঙত এৰি দিয়ে গজৰাজক ৷

ABOUT THE AUTHOR

...view details