অসম

assam

ETV Bharat / state

পলাশবাৰীৰ পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা - কৰদৈগুড়ি গাৱঁৰ জয় শ্ৰীৰাম

দেশৰ সৰ্বত্ৰে পালন কৰা হয় লক্ষ্মী পূজা ৷ লক্ষ্মী পূজাৰ লগত সংগতি ৰাখি কামৰূপৰ পলাশবাৰীৰ জীয়াকুৰ গাৱঁৰ কলহী নদীত আয়োজন কৰা হয় পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা ৷

পলাশবাৰীৰ পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা

By

Published : Oct 14, 2019, 3:52 AM IST

কামৰূপ, 13 অক্টোবৰঃ দেশৰ সৰ্বত্ৰে পালন কৰা হয় লক্ষ্মী পূজা ৷ লক্ষ্মী পূজাৰ লগত সংগতি ৰাখি কামৰূপৰ পলাশবাৰীৰ জীয়াকুৰ গাৱঁৰ কলহী নদীত আয়োজন কৰা হয় পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা ৷ অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা ছয়খনকৈ গাঁৱে অংশগ্ৰহণ কৰে এই প্ৰাইজমানী নাওখেল প্ৰতিযোগিতাখনত ৷ চূড়ান্ত খেলখন কৰদৈগুড়ি গাৱঁৰ জয় শ্ৰীৰাম নামৰ নাওখন আৰু 1নং জীয়াকুৰ গাৱঁৰ গোপালবাবা নামৰ নাওঁখনৰ মাজত অনুষ্ঠিত হয় আৰু জয় শ্ৰীৰাম নামৰ নাওখনে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ৷ প্ৰতিযোগিতাখনত দৰ্শকৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা পৰিলক্ষিত হয় ৷

পলাশবাৰীৰ পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details