Lata Mangeshkar tests covid positive : মেলডী কুইন লতা মংগেশকাৰ কৰ’ণাত আক্ৰান্ত
"মেলডী কুইন" লতা মংগেশকাৰ আক্ৰান্ত কৰ’ণাত (Melody Queen Lata Mangeshkar tests covid positive) ৷ মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত ভৰ্তি গায়িকা গৰাকীক (Lata Mangeshkar admitted at Breach Candy hospital) ৷ গায়িকাগৰাকীৰ শাৰিৰীক নমুনা পৰীক্ষা কৰাৰ পিছতে এই কথা জানিব পৰা যায় ৷
PM's photo removed from Covid certificate : ভেকচিন চাৰ্টিফিকেটৰ পৰা আঁতৰিল প্ৰধানমন্ত্ৰীৰ ফটো
দেশৰ পাঁচখন ৰাজ্যৰ সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ক’ভিড ভেকচিনৰ চাৰ্টিফিকেটৰ পৰা আঁতৰ কৰিছে প্ৰধানমন্ত্ৰী মোডীৰ ফটো (PM's photo removed from Covid certificate) ৷
Wife Killed husband in Sonitpur : পত্নী-ভাইবোৱাৰীয়ে মিলি লাঠিৰে কোবাই হত্যা কৰিলে এজনক
শোণিতপুৰ জিলাৰ ৰঙাপৰাত শনিবাৰে সংঘটিত হ'ল এক নৃশংস হত্যাকাণ্ড (Brutal mureder at Rangapara) ৷ পত্নীৰ হাতত স্বামীয়ে প্ৰাণ হেৰুৱাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Wife murders husband at Rangapara) । উল্লেখ্য যে, ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং নামনি গাঁৱত সংঘটিত হৈছে উক্ত ঘটনাটো । ১ নং নামনি গাঁৱৰ নিবাসী ৰতন বৰুৱাক তেওঁৰ পত্নী অষ্টমী বৰুৱা আৰু ভাইবোৱাৰী পিংকী বৰুৱাই মিলি শনিবাৰে নিশা লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে ।
অসম-মণিপুৰ সীমান্তত দুৰ্বৃত্তৰ গুলী চালনা : আহত এজন
অসম-মণিপুৰ সীমান্তত অচিনাক্ত দুৰ্বৃত্তৰ গুলী চালনাত (Firing at Assam Manipur border in Cachar) ত আহত হৈছে এজন লোক (One injured in Firing at Assam Manipur border) । আৰক্ষীৰ সূত্ৰই জনোৱা মতে আহত লোকজনক উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । শিলচৰৰ আৰক্ষী অধীক্ষক ৰমন দ্বীপ কৌৰ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে এই গুলিয়াগুলীৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷
বিগত বৰ্ষত ত্ৰিপুৰাত আত্মসমৰ্পণ ২৭ জন উগ্ৰপন্থীৰ
ত্ৰিপুৰাত অপৰাধমুক্ত কৰাৰ বাবে আৰক্ষীয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । বিগত বছৰত আৰক্ষীৰ আগত আত্মসমৰ্পণ বিভিন্ন সংগঠনৰ ২৭ টা উগ্ৰপন্থীৰ (Last year 27 Insurgents arrested in Tripura) । চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যখনত বিশেষ ৱেবছাইট মুকলি । ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ অব্যাহত অভিযান ।