ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটো
আজি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 সন্দৰ্ভত ৰাজ্যপালৰ আলোচনা চক্ৰ সম্বোধন কৰিব ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে, আজিয়েই বিহাৰত এক ভাৰ্চুৱেল ৰেলী সম্বোধন কৰিব বিহাৰৰ মুখ্যমন্ত্ৰীয়ে ৷ সমান্তৰালকৈ ক’ভিড-19 মহামাৰী সন্দৰ্ভত আলোচনা কৰা হ’ব সংসদীয় পেনেলৰ বৈঠকত ৷
বান আৰু প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত 20 লাখ কৃষকলৈ 4,688 কোটিৰ সাহাৰ্য
মধ্য প্ৰদেশৰ কৃষকৰ বাবে বিশেষ আঁচনি ৷ 20 লাখ কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ অধীনত সাহাৰ্য প্ৰদান ৷ ৰাজ্যখনৰ কৃষকৰ উৎপাদন বৃদ্ধিৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ ৷
বান পৰিস্থিতিক মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা বিধায়ক মৃনাল শইকীয়াৰ
গৃহ দুটা নিৰ্মাণৰ পাছতে যথেষ্ট উৎফুল্লিত হৈ পৰিছে অঞ্চল দুটাৰ স্থানীয় ৰাইজ ৷ আগন্তুক বৰ্ষটো আৰু দুটা ওখ চাংঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি জনাইছে বিধায়ক গৰাকীয়ে ৷
চিৰাঙত সক্ৰিয় বনবিভাগঃ এমাহতে আটক 4 দুধৰ্ষ চিকাৰী
শনিবাৰে চিৰাং বন বিভাগে অভিযান চলাই জিলাখনৰ ৰুণীখাটা থানাৰ অধীনৰ লাওপানী আশ্ৰাবাৰী গাঁৱৰ পৰা বন্দুক সহ এটা দুধৰ্ষ চোৰাং চিকাৰীক আটক ৷
জোনাই, ধেমাজিত জনপ্ৰিয় সোণেশ্বৰ আৰু ৰামচন্দ্ৰই নিৰ্মাণ কৰা চেণ্ডেল
ঘৰতে লঘু উদ্যোগ স্থাপন কৰি স্বাৱলম্বিতাৰ বাট মুকলি কৰাৰ লগতে আনৰ বাবে আদৰ্শ হৈ পৰিছে ধেমাজিৰ চিচিবৰগাঁৱৰ দুই যুৱক ক্ৰমে সোনেশ্বৰ দিহিঙীয়া আৰু ৰামচন্দ্ৰ শইকীয়া ৷