অসম

assam

By

Published : Jul 13, 2019, 5:45 PM IST

ETV Bharat / state

বকোৰ শিঙৰাত আটক তিনি গভাইত চোৰ

বকোৰ শিঙৰাত এটা চুৰি চক্ৰ আটক । এ টি এম মেচিন ভঙা,ম'বাইল টাৱাৰৰ বেটাৰী চুৰি কৰা, চুৰি কাৰ্য আদি জড়িত আছিল চোৰকেইটা ৷

বকোৰ শিঙৰাত এটা চুৰি চক্ৰক আটক

বকো, ১৩ জুলাই :

  • বকোৰ শিঙৰাত আৰক্ষীয়ে হাতত আটক কৰে তিনি চোৰক
  • ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে কৰায়ত্ত কৰে চোৰ কেইটাক
  • চোৰকেইটা নলবাৰীৰ বদৰুদ্দিন,আন দুটা কামৰূপ জিলাৰ হাজোৰ ৰহিম আলী আৰু চাইজুদ্দিন আলী
  • চোৰকেইটাৰ পৰা জব্দ কৰে এখন টাটা ডি আই গাড়ী
  • জব্দ কৰা টাটা ডি আই গাড়ীখনৰ নং AS-25DC-1433
  • আৰক্ষীৰ মতে চোৰকেইটা এ টি এম মেচিন ভঙা,ম'বাইল টাৱাৰৰ বেটাৰী চুৰি কৰা,মানুহৰ ঘৰত চুৰি কৰা আদি কাৰ্যত জড়িত
    বকোৰ শিঙৰাত এটা চুৰি চক্ৰক আটক

ABOUT THE AUTHOR

...view details