মাত্ৰ দুদিন ! পুনৰ ৰঙাঘৰলৈ অপৰাধী - চোৰ
শুকুৰবাৰে নিশা চলোৱা এই অভিযানত কৃষ্ণ ৰয়ৰ লগতে ৰাজু লহকৰ আৰু ছন্দ বিশ্বাস নামৰ তিনিটা গভাইত চোৰক আটক কৰে আৰক্ষীয়ে ৷
![মাত্ৰ দুদিন ! পুনৰ ৰঙাঘৰলৈ অপৰাধী](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2777986-936-929994c7-fb7b-4a61-9460-b440a4221c20.jpg)
মহানগৰীত গ্ৰেপ্তাৰ চোৰ,
গুৱাহাটী,23 মাৰ্চ::মহানগৰীৰভঙাগড় আৰক্ষী থানা আৰু অপৰাধ শাখাৰ এক বিশেষ অভিযানত গ্ৰেপ্তাৰহয় তিনিটা চোৰ ৷ শুকুৰবাৰে নিশা চলোৱা এই অভিযানতকৃষ্ণ ৰয়ৰ লগতে ৰাজু লহকৰ আৰু ছন্দ বিশ্বাস নামৰ তিনিটা গভাইত চোৰক আটক কৰে আৰক্ষীয়৷ তথ্য অনুসৰি কৃষ্ণ ৰয় নামৰ ধৃত চোৰটো জেলৰ পৰা ওলোৱাৰ দুদিনৰ পিচতেৰাজু লহকৰৰ লগত পুনৰ চুৰি কাৰ্যত লিপ্ত হৈছিল যদিও ধৰা পৰে আৰক্ষীৰ হাতত ৷ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাটাও মোবাইল ফোন লেপটপ ।
মহানগৰীত গ্ৰেপ্তাৰচোৰ