অসম

assam

ETV Bharat / state

গৃহমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আমিনগাঁৱত মুখ্যমন্ত্ৰী সোণোৱাল - কেন্দ্ৰীয় গৃহমন্ত্ৰী

আমিনগাঁও কুমাৰ ভাষ্কৰ বৰ্মন ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ।

the-chief-minister-was-present-in-amingaon-to-understand-the-preparations-for-the-arrival-of-the-home-minister
গৃহমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আমিনগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী

By

Published : Dec 25, 2020, 10:14 PM IST

বাইহাটা, 25 ডিচেম্বৰ : আমিনগাঁও কুমাৰ ভাষ্কৰ বৰ্মন ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ।

গৃহমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আমিনগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ভৱেশ কলিতা, বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, সাংসদ ৰামেশ্বৰ তেলীক লগত লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । স্বাস্থ্য, শিক্ষা আৰু আধ্যাত্মিক দিশত অসমৰ বাবে শনিবাৰৰ দিনটোক যুগান্তকাৰী আখ্যা সৰ্বানন্দ সোণোৱালৰ ।

উল্লেখ্য যে, শনিবাৰৰ অনুষ্ঠানৰ বাবে সমগ্ৰ অসমবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

লগতে পঢ়ক :চিৰাঙৰ বেংতল গীৰ্জাত বৰদিন উদযাপন বি আৰ ফেৰেংগাৰ

ABOUT THE AUTHOR

...view details