ৰঙিয়া,10 মে’ : ৰঙিয়াৰ আদৰ্শ চিকিৎসালয়ত কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ সন্দেহত দহজন ব্যক্তিক কোৱাৰেণ্টাইন কৰা হৈছে ৷ প্ৰকৃততে বিগত তিনিদিন পূৰ্বে কামৰূপৰ চাংসাৰিত এজন ব্যক্তি কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল ৷ উক্ত ব্যক্তিজনৰ সংস্পৰ্শলৈ অহাৰ বাবে লোককেইজনক কোৱাৰেণ্টাইন কৰা হৈছে ।
ৰঙিয়া আদৰ্শ চিকিৎসালয়ত দহগৰাকীক কোৱাৰেণ্টাইন - rangia model hospital kamrup
কৰ’ণা সংক্ৰমণৰ সন্দেহত ৰঙিয়া আদৰ্শ চিকিৎসালয়ত কোৱাৰেণ্টাইন দহজন ব্যক্তি ৷ চাংসাৰিৰ Covid-19 ত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শত আহিছিল বৰ্তমান কোৱাৰেণ্টাইনত থকা ব্যক্তিসকল ৷
ৰঙিয়া আদৰ্শ চিকিৎসালয়