অসম

assam

ETV Bharat / state

"ভুৱনেশ্বৰ কলিতা সুবিধাবাদী"- তৰুণ গগৈ

"৩৭০ ধাৰা প্ৰত্যাহাৰ কৰা কাৰ্য অসাংবিধানিক আৰু অগণতান্ত্ৰিক। এতিয়া জম্মু কাশ্মীৰত অধিক সমস্যা উদ্ভৱ হ'ব। প্ৰাক্তন মুখ্যমন্ত্ৰীসকলক গ্ৰেপ্তাৰ কৰি জোৰ জুলুমকৈ এক সিদ্ধান্ত জাপি দিয়াটো গ্ৰহণযোগ্য নহয়।"-মঙলবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷

সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

By

Published : Aug 6, 2019, 5:28 PM IST

গুৱাহাটী,6আগষ্টঃ মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি বিভিন্ন বিষয়ৰ ওপৰত সৰৱ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷

  • "জম্মু কাশ্মীৰক ভাঙি টুকুৰা টুকুৰ কৰি দিলে বিজেপিয়ে"
  • "৩৭০ ধাৰা প্ৰত্যাহাৰ কৰা কাৰ্য অসংবিধানিক আৰু অগণতান্ত্ৰিক"
  • "এতিয়া জম্মু কাশ্মীৰত অধিক সমস্যা উদ্ভৱ হ'ব"
  • "জনতাৰ অধিকাৰৰ কথাও গুৰুত্ব নিদিলে চৰকাৰে"
  • "আজি কাশ্মীৰৰ লগত এনে কৰিছে কাইলৈ অসম নাইবা অন্য ৰাজ্যৰ অধিকাৰসমূহ কৰ্তন কৰিব "
  • "এন আৰ চিৰ পুনৰীক্ষণৰ নামত ৰাইজে চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে"
    "ভুৱনেশ্বৰ কলিতা সুবিধাবাদী"- তৰুণ গগৈ
  • এন আৰ চি প্ৰস্তুতত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা হাজেলাক হাৰাশাস্তি বন্ধ কৰিবলৈ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ"
  • "জম্মু কাশ্মীৰৰ ওপৰত ৰঙা চকু দিয়া গৃহমন্ত্ৰী অমিত শ্বাহ অসমৰ এন আৰ চি আৰু বিভিন্ন সমস্যা সন্দৰ্ভত কিয় নিৰৱ?"
  • "বিজেপিলৈ যাব ভুৱনেশ্বৰ কলিতা"
  • "প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতা সুবিধাবাদী"
  • "কলিতা যদিহে কংগ্ৰেছ ত্যাগ নকৰে তেন্তে তেওঁক মই ক্ষমা খুজিম"

ABOUT THE AUTHOR

...view details