বকো, 24 জুন : কামৰূপ জিলাৰ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শ্বাবৰ নমুনা সংগ্ৰহ ৷ সাংবাদিক, আৰক্ষী বিভাগৰ লোক, প্ৰসাশনৰ লোক তথা স্বাস্থ্য বিভাগত জড়িত 44 গৰাকী লোকৰ শ্বাব নমুনা সংগ্ৰহ কৰে স্বাস্থ্য কৰ্মীয়ে ।
বকোত ক'ভিড যুঁজাৰুৰ শ্বাব পৰীক্ষা - Assam Targeted Surveillance Programme ৰ অধীনত পৰীক্ষা
কামৰূপ জিলাৰ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শ্বাবৰ নমুনা সংগ্ৰহ ৷ সাংবাদিক, আৰক্ষী বিভাগৰ লোক, প্ৰসাশনৰ লোক তথা স্বাস্থ্য বিভাগত জড়িত 44 গৰাকী লোকৰ শ্বাব নমুনা সংগ্ৰহ কৰে স্বাস্থ্য কৰ্মীয়ে ।
বকোত ক'ভিড যুঁজাৰুৰ শ্বাব পৰীক্ষা
Assam Targeted Surveillance Programme ৰ অধীনত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ দৰে বকোতো যিসকল লোক কৰ'ণা মহামাৰীৰ বিৰুদ্ধে অহৰহ যুঁজ দি আছে তেওঁলোকৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰগ্ৰেমটোৰ অধীনত শ্বাব নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক : পুতলা থিয়েটাৰক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা এজন ব্যক্তিৰ