অসম

assam

ETV Bharat / state

ছয়গাঁৱৰ ঘটনা সন্দৰ্ভত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত উত্তাল গৰৈমাৰী - etcv bharat

ঘটনাৰ লগত জৰিত লোকসকলক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি বিহিবলৈ দাবী প্ৰতিবাদকাৰীৰ ৷ জোৰশিমলু আৰক্ষীৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী

ছয়গাঁও ঘটনা সন্দৰ্ভত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত উত্তাল গৰৈমাৰী

By

Published : Jun 11, 2019, 6:49 PM IST

ছয়গাঁও,১১ জুনঃ ছয়গাঁৱৰ আচলপাৰাত শিল্পী দলক কৰা অসভ্য আচৰণ তথা বৰ্বৰ অত্যাচাৰৰ বিৰোধিতা কৰি বৰ্তমানেও সৰ্বত্ৰে অব্যাহত আছে প্ৰতিবাদ ৷ মঙলবাৰে গৰৈমাৰীৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই ঘটনাৰ প্ৰতিবাদত তথা দোষীক কৰায়ত্ত কৰাৰ দাবীত জোৰশিমলু আৰক্ষী চকী ঘেৰাও কৰে ৷

ছয়গাঁও ঘটনা সন্দৰ্ভত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত উত্তাল গৰৈমাৰী

ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন শ্লগান দি উত্তাল কৰে আৰক্ষী চকীৰ চৌহদ ৷ অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ সমদল উলিয়াই ঘটনাৰ লগত জৰিত লোকসকলক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি বিহিবলৈ দাবী জনায়।

উল্লেখযোগ্য যে উক্তদিনাৰ কাৰ্যসূচী চলোৱাৰ বাবে জোৰশিমলু আৰক্ষী চকীয়ে অনুমতি প্ৰদান কৰাৰ পিচত অনুষ্ঠান চলি থকাৰ সময়ত কোনো আৰক্ষী মোতায়েন নকৰাকলৈও তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে জোৰশিমলু আৰক্ষী ৷

ABOUT THE AUTHOR

...view details