বকো, ২৯ জুন : বকোৰ নতুন দেওচৰত বিদ্যুৎস্পৃষ্ট হৈ দীপাংকৰ মণ্ডলনামৰ এজন ছাত্ৰই মৃত্যুক সাৱটি লয়। শনিবাৰে ৰাতিপুৱা ছাত্ৰজনে মটৰত বিদ্যুৎ সংযোগ কৰিবলৈ গৈ থিতাতে ঢলি পৰে ।
বকোত বিদ্যুৎস্পৃষ্ট হৈ ছাত্ৰৰ মৃত্যু - বকো
বিদ্যুৎস্পৃষ্ট হৈ ১২ বৰ্ষীয় দীপাংকৰ মণ্ডল নামৰ এজন ছাত্ৰই মৃত্যুক সাৱটি লয়। শনিবাৰে ৰাতিপুৱা ছাত্ৰজনে মটৰত বিদ্যুৎ সংযোগ কৰিবলৈ গৈ থিতাতে ঢলি পৰে ।
বিদ্যুৎস্পৃষ্ট হৈ ছাত্ৰৰ মৃত্যু
পাছত ছাত্ৰজনক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । মৃত ছাত্ৰজন ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত আছিল বুলি জানিব পৰা গৈছে ।