ৰঙিয়াত ধুমুহাৰ তাণ্ডৱ - assam news
পুৱাভাগতে অহা প্ৰচণ্ড ধুমুহা ফলত ৰঙিয়াৰ বনগাঁৱৰ এঘৰ মানুহৰ ঘৰৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ ৷ যাৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ ৷

ৰঙিয়াত ধুমুহাৰ তাণ্ডৱ
কামৰূপ, 14 এপ্ৰিলঃ গৰু বিহুৰ ৰাতিপুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ ৷ পুৱাভাগতে অহা প্ৰচণ্ড ধুমুহা ফলত ৰঙিয়াৰ বনগাঁৱৰ এঘৰ মানুহৰ ঘৰৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ ৷ যাৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ ৷ আনহাতে, ধুমুহাৰ বাবেই ঘৰৰ ওপৰত এডাল প্ৰকাণ্ড আম গছ উভালি পৰাত ঘৰৰ সকলো সা-সম্পত্তি বিনষ্ট হয় ৷ যাৰ ফলত ঘৰৰ মূল্যৱান সা-সম্পত্তি হেৰুৱাই মূৰে কপালে হাত দিছে গৃহষ্ঠ ভৱেল দাস ৷
ৰঙিয়াত ধুমুহাৰ তাণ্ডৱ