- উত্তৰ গুৱাহাটীত দুষ্প্ৰাপ্য কেঁকোসাপ উদ্ধাৰ
- উত্তৰ গুৱাহাটীৰ শিলসাঁকোস্থিত জি এম ডি এৰ ছুইমিং পুলত উদ্ধাৰ কেঁকোসাপটো
- ছুইমিং পুলৰ বিল্ডিঙত প্ৰশিক্ষক লম্বোদৰ ডেকাই উদ্ধাৰ কৰে সাপটো
- নিশা ছুইমিং পুল চাফা কৰি থাকোতে বিল্ডিংৰ খটখটিত উদ্ধাৰ সাপটো
- পিছত বন বিভাগৰ হাতত গতাই দিয়া হয় উদ্ধাৰ কৰা কেঁকোসাপটো গুৱাহাটীত দুষ্প্ৰাপ্য কেঁকোসাপ উদ্ধাৰ
গুৱাহাটীত দুষ্প্ৰাপ্য কেঁকোসাপ উদ্ধাৰ - জি এম ডি এ
উত্তৰ গুৱাহাটীৰ শিলসাঁকোস্থিত জি এম ডি এৰ ছুইমিং পুলত উদ্ধাৰ কেঁকোসাপটো

গুৱাহাটীত দুষ্প্ৰাপ্য কেঁকোসাপ উদ্ধাৰ
Last Updated : Jul 2, 2019, 1:03 PM IST