অসম

assam

ETV Bharat / state

ছয়গাঁৱত পথ দুৰ্ঘটনাত নিহত আৰক্ষী বিষয়া - ছয়গাও

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ সমীপৰ বৰতেজপুৰত পথ দুৰ্ঘটনা ৷ থিতাতে নিহত চাহাদত আলী নামৰ এজন আৰক্ষী বিষয়া

পথ দুৰ্ঘটনাত নিহত আৰক্ষী বিষয়া

By

Published : Aug 3, 2019, 3:04 PM IST

দক্ষিণ কামৰূপ,3 আগষ্ট :

  • দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ সমীপৰ বৰতেজপুৰত পথ দুৰ্ঘটনা
  • থিতাতে নিহত চাহাদত আলী নামৰ এজন আৰক্ষী বিষয়া
  • AS 18 E 9251 নম্বৰৰ পালছাৰ মটৰ চাইকেলেৰে গোৱালপাৰা অভিমুখে গৈ আছিল আৰক্ষী বিষয়াজন
  • মটৰ চাইকেলত গৈ থকা অৱস্থাত কোনো অচিনাক্ত বাহনে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা
    পথ দুৰ্ঘটনাত নিহত আৰক্ষী বিষয়া
  • নিহত আৰক্ষীৰ লোক জন কোন ঠাইৰ হয় এতিয়ালৈ জানিব হোৱা নাই
  • ঘটনাস্থলীত উপস্থিত পলাশবাৰী আৰক্ষী

ABOUT THE AUTHOR

...view details