- চিফুং আৰু মাদলৰ সুৰত মুখৰিত হ'ল উত্তৰ গুৱাহাটীৰ কটাহবজাৰ
- শিৱ আৰাধনাৰ অনুপম পৰিবেশ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বাথৌ মন্দিৰত
- বাথৌ পূজা উপলক্ষে চিফুং মাদলৰ তালে তালে নৃত্য গীত বড়ো যুৱক-যুৱতীৰ
- বাথৌ পূজাত পৰম্পৰাগত খাদ্যৰ বিশেষ আয়োজন
- বিধে বিধে খাদ্য সম্ভাৰৰ সোৱাদ ল'লে বড়ো জন জাতীয় লোক সকলে
- অঞ্চলটোত দেখিবলৈ পোৱা গ'ল অগণন ভক্তৰ ভিৰ
চিফুঙৰ সুৰত মুখৰিত হ'ল উত্তৰ গুৱাহাটীৰ বাথৌ মন্দিৰ - বাথৌ পূজা
উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বাথৌ মন্দিৰত শিৱ আৰাধনাৰ অনুপম পৰিৱেশ ৷ বাথৌ পূজা উপলক্ষে কটাহবজাৰ অঞ্চলত দেখিবলৈ পোৱা গ'ল অগণন ভক্তৰ ভিৰ ৷
উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বাথৌ মন্দিৰত বাথৌ পূজা