অসম

assam

ETV Bharat / state

পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তিঃ ভাৰতৰ ছাত্ৰ ফেডাৰেচন আৰু সদৌ ভাৰত ছাত্ৰ সন্থাৰ ধৰ্মঘট - corruption

সমগ্ৰ বিষযটো উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশৰ জৰিয়তে তদন্ত কৰাৰ দাবী

KGH

By

Published : Mar 9, 2019, 7:24 PM IST

Updated : Mar 9, 2019, 7:32 PM IST

গুৱাহাটী,9 মাৰ্চ : শুকুৰবাৰে দীঘলীপুখুৰীৰ পাৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তিত হোৱা অনিয়মৰ বিৰুদ্ধে ভাৰতৰ ছাত্ৰ ফেডাৰেচন আৰু সদৌ ভাৰত ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠনকেইটা দাবী বিয়াগোম দূৰ্নীতিৰে দিয়া নিযুক্তি বাতিল কৰিব লাগে লগতে অনলাইনৰ জৰিয়তে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে ৷ লগতে সমগ্ৰ বিষযটোত উচ্চ ন্যায়লযৰ ন্যায়ধীশৰ জৰিয়তে তদন্ত কৰাৰো দাবী তুলিলে সংগঠন কেইটাই ৷

IMAGE 1
Last Updated : Mar 9, 2019, 7:32 PM IST

ABOUT THE AUTHOR

...view details