নাগৰিকত্ব সংশোধনী বিধেয়কৰ আমি বিৰোধিতা কৰি যামঃ কনৰাড চাংমা - কনৰাড চাংমা
উত্তৰ-পূবৰ আঠখন আসন দখল কৰাৰ দাবী ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব বুলি কৈ নিৰ্বাচনত এয়া মূল ইছ্যু হ'ব বুলি প্ৰকাশ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
![নাগৰিকত্ব সংশোধনী বিধেয়কৰ আমি বিৰোধিতা কৰি যামঃ কনৰাড চাংমা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2775649-59-5a5bdfac-2298-417a-bab9-5de4db089caf.jpg)
VDSD
কামৰূপ, 23 মাৰ্চ : দেশত এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ । কি পাৰ্টী,কি প্ৰাৰ্থী সকলোৰে নিৰ্বাচনকলৈ ভীষণ তৎপৰতা। ইম্ফলৰ পৰা শনিবাৰে বৰঝাৰ বিমানবন্দৰত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা উপস্থিত এন পি পিৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত আঠগৰাকী প্ৰাৰ্থী বিজয়ী হ'ব বুলি প্ৰকাশ কৰে।
বৰঝাৰ বিমানবন্দৰত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই